শিতানসমূহ
অ-কাহিনী কিতাপ

সহজে হজম কৰিব নোৱাৰাকৈ মনোগ্ৰাহী প্ৰশ্নৰ আস্ফালন ‘জীৱনে মোক কি দিলে’

✍️ অনামিকা বড়াৰচনাকালঃ ২৬ অক্টোবৰ,২০২১ গ্ৰন্থৰ নামঃ জীৱনে মোক কি দিলেলেখকঃ ডঃ প্ৰহ্লাদ কুমাৰ বৰুৱাপ্ৰকাশনঃ বনলতাপ্ৰথম প্ৰকাশঃ অক্টোবৰ,২০০৩মূল্যঃ ৬০ টকামুঠ পৃষ্ঠাঃ ৮৮ প্ৰবন্ধ লিখোঁতাৰ দৃষ্টিত ৰেটিং – ৪.৫/৫ জীৱনতকৈ শ্ৰেষ্ঠ কবিতা কি আছে? জীৱনতকৈ শ্ৰেষ্ঠ গল্প কি আছে? প্ৰত্যেকেই একো একোখন উপন্যাস কঢ়িয়াই লৈ ফুৰে। বেছিভাগেই হৈ ৰয় অপ্ৰকাশিত অথবা সংগোপনে সময় বালিত পোত গৈ […]

শিতানসমূহ
অ-কাহিনী কিতাপ গণিত বিষয়ক বিজ্ঞান বিষয়ক শিশুগ্ৰন্থ

গণিতপ্ৰেমীতকৈ গণিতবিদ্বেষীসকলৰ বাবে অধিক প্ৰয়োজনীয় ~ ‘অংক নহয় আতংক’

✍️অনামিকা বড়া, ৰচনাকাল – ডিচেম্বৰ, ২০২০ গ্ৰন্থৰ নামঃ অংক নহয় আতংক লেখকঃ পংকজ জ্যোতি মহন্ত প্ৰকাশনঃ সঞ্জীৱন প্ৰকাশন প্ৰথম প্ৰকাশঃ ছেপ্টেম্বৰ, ২০১৮ মুঠ পৃষ্ঠাঃ ১৪৯ মূল্যঃ ১১০ টকা প্ৰবন্ধ লিখোঁতাৰ দৃষ্টিত ৰেটিং- ৫/৫ প্ৰাথমিক বিদ্যালয়ৰ সেই নেওতা আওৰোৱা দিনৰ পৰাই সীমিত পাঠ্যক্ৰমৰ মাজৰে কোনো এটা বিষয় আমাৰ বাবে অজানিতে অধিক প্রিয় হৈ পৰে।বিশেষকৈ ৰঙ-বিৰঙী ছবি […]

শিতানসমূহ
অ-কাহিনী কিতাপ জীৱনী-আত্মজীৱনী

ড০ দীনেশ চন্দ্ৰ গোস্বামী- বিজ্ঞান, সাহিত্য আৰু জীৱন

✍️অনামিকা বড়া ৰচনাকাল- ৫ অক্টোবৰ,২০২০ গ্ৰন্থৰ নামঃ ড০ দীনেশ চন্দ্ৰ গোস্বামী , বিজ্ঞান, সাহিত্য আৰু জীৱন লেখকঃ বিনয় মোহন শইকীয়া প্ৰকাশনঃ বান্ধৱৰ হৈ ৰঞ্জন শৰ্মাৰ দ্বাৰা প্ৰকাশিত প্ৰথম প্ৰকাশঃ নৱেম্বৰ,২০১৮ মূল্যঃ ৮০ টকা মুঠ পৃষ্ঠাঃ ৭৫ প্ৰবন্ধ লিখোতাৰ দৃষ্টিত ৰেটিং-৪/৫ অসমীয়া ভাষাৰ উচ্চ পৰ্যায়ৰ বিজ্ঞান ভিত্তিক ৰচনাৰ সীমিতসংখ্যক লেখকৰ ভিতৰত অসমীয়া পঢ়ুৱৈয়ে যিটো নাম প্ৰথমে […]

শিতানসমূহ
অ-কাহিনী কিতাপ জীৱনী-আত্মজীৱনী

হোমেন বৰগোহাঞিৰ “আনন্দ আৰু বেদনাৰ সন্ধানত”

✍️অনামিকা বড়াৰচনাকাল- ৬ অক্টোবৰ, ২০২০ গ্ৰন্থৰ নামঃ আনন্দ আৰু বেদনাৰ সন্ধানতলেখকঃ হোমেন বৰগোহাঞিপ্ৰকাশনঃ ষ্টুডেণ্ট ষ্টৰচপ্ৰথম প্ৰকাশঃ জানুৱাৰী,১৯৮১মূল্যঃ ৭০ টকামুঠ পৃষ্ঠাঃ ১৫২ প্ৰবন্ধ লিখোতাৰ দৃষ্টিত ৰেটিং – ৪/৫ মানৱ জীৱনত উত্থান-পতন, ঘাত-প্ৰতিঘাত চিৰসহচৰ। জীৱনৰ উদযাপনতকৈ বেছিভাগ কথা আৰু কামেই সহ্য কৰিবলগীয়া হয়। আনন্দ আৰু বিষাদ দুয়োবিধেই চুই যায় প্ৰত্যেকৰে জীৱন-ৰথ। দুখময়, কষ্টময় সময়কো অনেকে মনৰ শক্তিৰে […]

শিতানসমূহ
অ-কাহিনী কিতাপ

আত্ম দীপো ভব – এখন পঠনীয় গ্ৰন্থ

✍️অনামিকা বড়াৰচনাকাল- ১৩ ছেপ্টেম্বৰ, ২০২০ গ্ৰন্থৰ নামঃ আত্ম দীপো ভবলেখকৰ নামঃ হোমেন বৰগোহাঞিপ্ৰকাশনঃ ষ্টুডেণ্টচ্ ষ্ট’ৰচপ্ৰথম প্ৰকাশঃ ডিচেম্বৰ,১৯৯৬মূল্যঃ ১১০ টকামুঠ পৃষ্ঠাঃ ১৪৪ প্ৰবন্ধ লিখোতাৰ দৃষ্টিত ৰেটিং- ৪/৫ প্ৰবন্ধ কিতাপ বুলিলে পঢ়ুৱৈ সমাজত হোমেন বৰগোহাঞিৰ কিতাপৰ এক বিশেষ সমাদৰ আছে। শেহতীয়াভাৱে মই পঢ়া তেখেতৰ “আত্ম দীপো ভব” কিতাপখনো তাৰ ব্যতিক্ৰম নহয়। মুঠ ২০ টা প্ৰবন্ধ সম্বলিত কিতাপখনৰ […]

শিতানসমূহ
অ-কাহিনী কিতাপ শিশুগ্ৰন্থ

শিশুৰ প্ৰশ্নমুখিতা, দুখন কিতাপ আৰু অভিভাৱকৰ কৰণীয়

✍অনামিকা বড়া ৰচনাকাল-১১ আগষ্ট, ২০২০ নজনাক জনাৰ, নুবুজাটো বুজাৰ অন্তহীন হেঁপাহ বুকুত লৈ অজস্ৰ প্ৰশ্ন অকপটে, স্থান-কাল ভেদে প্ৰকাশ কোনে কৰিব পাৰে বুলি যদি প্ৰশ্ন কৰা হয়, তেন্তে সকলোৱেই একমুখে দিয়া উত্তৰটো হ’ব, ‘শিশু’। শিশুকালৰ এই প্ৰশ্নমুখিতা বাৰু ডাঙৰ হৈ অহাৰ লগে-লগে অধিকাংশৰে (এশ শতাংশই বুলিলেও বঢ়াই কোৱা নহয়) কমি কমি হেৰাই যায় কিয়? আমাৰ […]

শিতানসমূহ
অ-কাহিনী কিতাপ

জীৱনৰ হাতপুথি

✍অনামিকা বড়া ৰচনাকাল-১৯ জুলাই, ২০২০ গ্ৰন্থৰ নামঃ প্ৰজ্ঞাৰ সাধনা লেখকঃ হোমেন বৰগোহাঞি প্ৰকাশনঃ ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ প্ৰথম প্ৰকাশঃ মে’, ১৯৯৪ মূল্যঃ ৪০ টকা মুঠ পৃষ্ঠাঃ১৬৫ “নদীৰ পানী যেনেকৈ লেথাৰি ধৰি আহি আছে,গৈ আছে আৰু সেই দেখি পানীৰ এটা সোঁত পৰিছে, সেইদৰে জীৱবিলাকো লেথাৰি ধৰি, মাজত শূন্য নোহোৱাকৈ আহি আছে গৈ আছে আৰু সেই দেখি জীৱৰ এটা […]

শিতানসমূহ
অ-কাহিনী কিতাপ শিশুগ্ৰন্থ

এখন জীৱনমুখী কিতাপৰ কথাৰে

✍অনামিকা বড়া, ৰচনাকাল- অক্টোবৰ, ২০১৯ গ্ৰন্থৰ নামঃ ইতিবাচক শিক্ষা-১ ‘কৃতজ্ঞতা’, জীৱন আৰু শিক্ষাৰ বাবে এক বিজ্ঞান লেখকঃ প্ৰাঞ্জল বুঢ়াগোঁহাই প্ৰকাশনঃবনলতা প্ৰথম সংস্কৰণঃ ছেপ্টেম্বৰ, ২০১৭ মুঠ পৃষ্ঠাঃ১৩৪ মূল্যঃ১২০ টকা জীৱনত প্ৰথম কেতিয়া কৃতজ্ঞ হ’বলৈ শিকিছিলোঁ মনত নপৰে।বহু সময়ত বহুধৰণেৰে বহুতৰ ওচৰত কৃতজ্ঞ হৈ আহিছোঁ যদিও খুউব কম সংখ্যকৰ ওচৰতহে প্ৰকাশৰ সুবিধা পাইছোঁ। কিন্তু ইমানদিনে জনা নাছিলোঁ […]

শিতানসমূহ
অ-কাহিনী কিতাপ

হ’ম’ ডিউছ : হাৰাৰীৰ দৃষ্টিৰে মানুহৰ ভৱিষ্যৎ

✍প্ৰিয়াংকুশ ডেকাৰচনাকাল- জুলাই, ২০২০ গ্ৰন্থৰ নামঃ Homo Deus : A Brief History of Tomorrowলেখকঃ Yuval Noah Harariপ্ৰকাশনঃ Vintageপ্ৰথম প্ৰকাশঃ ২০১৫মুঠ পৃষ্ঠাঃ ৫১৪ (কেৱল অধ্যায়সমূহক সামৰি কিতাপখনৰ মূল পৃষ্ঠা সংখ্যা ৪৬২)মূল্যঃ ৫৯৯ টকা প্ৰবন্ধ লিখোতাৰ দৃষ্টিত ৰেটিং- ৪.৫/৫ য়ুভাল নোৱাহ হাৰাৰী আজিৰ দিনৰ অতি জনপ্ৰিয় আৰু চিন্তাশীল লেখকসকলৰ এজন। ‘Sapiens’ গ্ৰন্থখন ৰচনাৰে বিশ্বজুৰি পৰিচিতি লাভ কৰা […]

শিতানসমূহ
অ-কাহিনী অন্যান্য কিতাপ

আপোনাকো লাগিব পাৰে “আমাৰ জুতি-বুধি”

✍️অনামিকা বড়াৰচনাকাল ২৪ জুলাই গ্ৰন্থৰ নামঃ আমাৰ জুতি-বুধিলেখকঃ বুলন কুমাৰ শইকীয়াপ্ৰকাশনঃ সঞ্জীৱনপ্ৰথম প্ৰকাশঃ নৱেম্বৰ,২০১৭মূল্যঃ ১৫০ টকামুঠ পৃষ্ঠাঃ ২০৯ প্ৰবন্ধ লিখোতাৰ দৃষ্টিত ৰেটিং- ৪.৫/৫ বিধে বিধে ব্যঞ্জন ৰান্ধি আৰু খাই আপুনি ভালপায়নেকি? তাতে যদি সেই ব্যঞ্জনসমূহ থলুৱা হয়,আমিষ-নিৰামিষ ব্যতিৰেকে কিমানবিধ ব্যঞ্জন আপুনি ৰান্ধিব জানে বা ৰান্ধি পাইছে? কেতিয়াবা হিচাপ কৰি চাইছেনে? যি কি নহওঁক লেখাটো পঢ়াৰ […]

শিতানসমূহ
অ-কাহিনী কিতাপ

সাহিত্য আৰু জীৱন : এখন অৱশ্য পঠনীয় গ্ৰন্থ

✍অন্বেষা ফুকনৰচনাকাল-২৭ জুন গ্ৰন্থৰ নাম : সাহিত্য আৰু জীৱনলেখক : কনকসেন ডেকাপ্ৰবন্ধ লিখোতাৰ দৃষ্টিত ৰেটিং- ৫/৫ দেশ-বিদেশৰ ভাষা-সাহিত্য সংস্কৃতিৰ বৰণীয় ব্যক্তিসকলক, সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা আহি ভাৰতীয় ভাষা সাহিত্যক সমৃদ্ধ কৰা বিদেশী চিন্তাবিদসকলক আমি কিমান জানো? ইলেক্ট্ৰনিক মিডিয়াৰ যুগত কিতাপৰ ভৱিষ্যতেই বা কি? সমাজত সাহিত্যৰ প্ৰাসংগিকতা কেনে, শিল্পী সাহিত্যিকৰ সামাজিক দায়বদ্ধতা কেনে ? […]

শিতানসমূহ
অ-কাহিনী কিতাপ

স্বাধীনতা সংগ্ৰামৰ সুপ্ত অধ্যায় : এক আলোকপাত

✍️অন্বেষা ফুকনৰচনাকাল- ২১ জুন, ২০২০ গ্ৰন্থৰ নামঃ ভাৰতৰ স্বাধীনতা সংগ্ৰামত বিপ্লৱবাদীসকলৰ অৱদান লেখকঃ হীৰেন গোঁহাইপ্ৰকাশনঃ নেশ্যনেল বুক ট্ৰাষ্টপ্ৰবন্ধ লিখোতাৰ দৃষ্টিত ৰেটিং- ৫/৫ স্বাধীনতা আন্দোলনৰ ইতিহাস বুলি ক’লে পাঠ্যপুথিত আমি মহাত্মা গান্ধীৰ নেতৃত্বত অহিংস আন্দোলনৰ কথা যিমান পঢ়িবলৈ পাওঁ, আন এচাম আন্দোলনকাৰীৰ বিষয়ে কিন্তু সিমান জানিবলৈ নাপাওঁ। তেওঁলোক হৈছে সশস্ত্ৰ বিপ্লৱেৰে সাম্ৰাজ্যবাদী চৰকাৰক ব্যতিব্যস্ত কৰি তোলা […]