শিতানসমূহ
উপন্যাস

নিৰিবিলি-ৰ বিশেষত্ব মোৰ দৃষ্টিত

✍ অনামিকা বড়া গ্ৰন্থৰ নামঃ নিৰিবিলি লেখকঃ কৌশিক নন্দন বৰুৱা প্ৰকাশনঃ মণিকূট প্ৰবন্ধ লিখোঁতাৰ দৃষ্টিত ৰেটিং – ৩/৫ হয়, নিৰিবিলি আৱেগৰ ঊৰ্ধ্বত নহয়। বৰ বিশেষ সাংঘাতিক পৰ্যায়ৰ কাহিনীও নহয়। সাধাৰণ বিশ্ববিদ্যালয়ৰ কাহিনীকে সাৰোগত কৰি অসাধাৰণ ৰূপত তেজপুৰ বিশ্ববিদ্যালয়ক যিকোনো পঢ়ুৱৈৰে আপোন কৰি তুলিব পৰাকৈ লিখা হৈছে ‘নিৰিবিলি’।কিন্তু এটা কথা ঠিক, কম সংখ্যক পৃষ্ঠাতো একেখিনি ভাৱমূৰ্তি […]

শিতানসমূহ
উপন্যাস কিতাপ গণিত বিষয়ক শিশুগ্ৰন্থ

ৰেটিং কৰিব নোৱৰা কিতাপখন – “বকুল ফুলৰ দৰে”

✍অনামিকা বড়াৰচনাকালঃ ২ জুলাই, ২০২১ গ্ৰন্থৰ নামঃ বকুল ফুলৰ দৰেলেখকঃ ডঃ মৃণাল চন্দ্ৰ কলিতাপ্ৰকাশনঃ বান্ধৱপ্ৰথম প্ৰকাশঃ নৱেম্বৰ, ২০১৫মুঠ পৃষ্ঠাঃ ১৭৩ মূল্যঃ ২০০ টকা বাৰে বাৰে মাথোঁ চকু সেমেকিছে! ভাল লাগিছে নে দুখ লাগিছে নাজানো! জঁট লাগি থকা বহু প্ৰশ্নই কিবাকিবি উত্তৰ পাইছে! সুখী নে অসুখী মই নাজানোঁ! নিজকে মাজে মাজে দেখিবলৈ পাইছোঁ, নিজৰ গাতে চিকুটি […]

শিতানসমূহ
উপন্যাস কিতাপ জীৱনী-আত্মজীৱনী

অন্য এক দৃষ্টিত “লাইফ অৱ এ ড্ৰাইভাৰ”

✍অনামিকা বড়াৰচনাকালঃ মে’, ২০২১ গ্ৰন্থৰ নামঃ লাইফ অৱ এ ড্ৰাইভাৰ, কেবিনৰ ইপাৰেলেখকঃ ৰূপম দত্তপ্ৰকাশনঃ অসমীয়া ভাষা আৰু ছফটৱেৰ বিকাশ কেন্দ্ৰপ্ৰথম প্ৰকাশঃ ২৪ ডিচেম্বৰ, ২০২০মুঠ পৃষ্ঠাঃ ৪৮৮মূল্যঃ ৩০০ টকা প্ৰবন্ধ লিখোঁতাৰ দৃষ্টিত ৰেটিং – ২.৫/৫ “লাইফ অৱ এ ড্ৰাইভাৰ”, ২০২০ চনৰ ২৪ ডিচেম্বৰত প্ৰকাশ হোৱা এখন বহুল চৰ্চিত উপন্যাস। লেখক ৰূপম দত্ত বৃত্তিত এজন নৈশ বাছ-চালক […]

শিতানসমূহ
উপন্যাস কিতাপ

“শিৱ ত্ৰয়োবৃত্ত”-সাধাৰণ পাঠকৰ অনুভৱ

✍কৌশিকা বৰদলৈৰচনাকাল- জুন, ২০২১ ক) গ্ৰন্থৰ নামঃ দ্য ইম্মৰটেলছ অব্ মেলুহা (শিৱ ত্ৰয়োবৃত্তৰ প্ৰথম খণ্ড)লেখকঃ আমিশ ত্ৰিপাঠী,অনুবাদকঃ বিপুল দেউৰীপ্ৰথম প্ৰকাশঃ ফেব্ৰুৱাৰী, ২০১১প্ৰকাশনঃ বনফুল প্ৰকাশন(অসমীয়া অনুবাদৰ)মুঠ পৃষ্ঠাঃ ৪৪৭মূল্যঃ ২৭০ টকা খ) গ্ৰন্থৰ নামঃ দ্য ছিক্ৰেট অব্ দ্য নাগছ্(শিৱ ত্ৰয়োবৃত্তৰ দ্বিতীয় খণ্ড)লেখকঃ আমিশ ত্ৰিপাঠী,অনুবাদকঃ বিপুল দেউৰীপ্ৰথম প্ৰকাশঃ আগষ্ট, ২০১১প্ৰকাশনঃবনফুল প্ৰকাশন(অসমীয়া অনুবাদৰ)মুঠ পৃষ্ঠাঃ ৪০০মূল্যঃ ২৫০ গ) গ্ৰন্থৰ নামঃ […]

শিতানসমূহ
উপন্যাস কিতাপ

পাঠকৰ দৃষ্টিৰে ‘’মায়াবৃত্ত’’

✍পিনাকী মহন্তৰচনাকাল- ৮ ছেপ্তেম্বৰ, ২০২০ গ্ৰন্থৰ নামঃ মায়াবৃত্তলেখকঃ ৰীতা চৌধুৰীপ্ৰকাশনঃ জ্যোতি প্ৰকাশনপ্ৰথম প্ৰকাশঃ ডিচেম্বৰ, ২০১২মুঠ পৃষ্ঠাঃ ৫০৬মূল্যঃ ২৭০ টকা প্ৰবন্ধ লিখোতাৰ দৃষ্টিত ৰেটিং – ৪.৫/৫ “প্রতিটো ঋতুৱেই আনিছিল আশ্চর্যকৰ বেহানিবোৰ। প্রতিটো দিনেই উপহাৰ দিছিল নতুন তথ্য,নতুন অনুভূতি, নতুন অভিজ্ঞতা। সুবর্ণৰ সৈতে উৰি ফুৰা সেই পাখিলাহি দিনবোৰত, গভীৰ ৰাতিবোৰত, পুতিৰ অলক্ষিতে বাস্তৱ নামৰ এজন নিয়ন্তাই পুতিৰ […]

শিতানসমূহ
উপন্যাস কিতাপ

ঐপুলিৰ সপোনৰ দেশ

✍ববিতা বড়া গগৈ, অম্বিকাগিৰি নগৰৰচনা কাল – ১৩ জানুৱাৰী ২০২১ গ্ৰন্থৰ নামঃ ঐপুলিৰ সপোনৰ দেশলেখকঃ ভৱানী পেগুপ্ৰকাশনঃ বনলতাপ্ৰথম প্ৰকাশঃ ডিচেম্বৰ, ২০২০মুঠ পৃষ্ঠাঃ ৫৭৫মূল্যঃ ৫৮০ টকা প্ৰবন্ধ লিখোতাৰ দৃষ্টিত ৰেটিংঃ ৫/৫ ঐপুলিৰ সপোনৰ দেশ ঔপন্যাসিক ভৱানী পেগুৰ প্ৰথমখন উপন্যাস। ডিজিটেল মেডিয়া ফেচবুকৰ এটা জনপ্ৰিয় গোট #অৰ্দ্ধ_আকাশ ত আত্মপ্ৰকাশ কৰা উপন্যাসখন এইবাৰ গ্ৰন্থমেলাত গ্ৰন্থ আকাৰে হাতত তুলি […]

শিতানসমূহ
উপন্যাস কিতাপ জীৱনী-আত্মজীৱনী

সোণসেৰীয়া এক বিদ্ৰোহৰ নাম- ‘অভিযাত্ৰী’

✍অনামিকা বড়া ৰচনাকালঃ ১০ ডিচেম্বৰ, ২০২০ গ্ৰন্থৰ নামঃঅভিযাত্ৰী লেখকঃ নিৰুপমা বৰগোহাঞি প্ৰকাশনঃ ষ্টুডেণ্ট ষ্ট’ৰছ প্ৰথম প্ৰকাশঃ১৯১৩ (জাৰ্ণাল এম্পৰিয়াম) নৱেম্বৰ, ২০১৯(ষ্টু.ষ্ট.) মূল্যঃ২৯০ টকা মুঠ পৃষ্ঠাঃ৩৯৯ প্ৰবন্ধ লিখোতাৰ দৃষ্টিত ৰেটিং- ৪. ৫/৫ “নাৰী পুৰুষতকৈ কোনো গুণে কম নহয়”, “আজিৰ নাৰী ঘৰৰ চাৰিবেৰত সোমাই থকা কাম কৰা যন্ত্ৰ নহয়”, “আজিৰ নাৰী মহাকাশলৈ গৈছে, চন্দ্ৰলৈ গৈছে” প্ৰভৃতি বাক্যৰে আধুনিক […]

শিতানসমূহ
উপন্যাস কিতাপ

মহাভাৰতীঃএখন মহাকাব্যিক উপন্যাসৰ কথাৰে

✍পৰিস্মিতা বৰদলৈ, তিনিচুকীয়া ৰচনা কাল-২০১৯ গ্ৰন্থৰ নামঃ মহাভাৰতী লেখকঃ ববিতা বড়া গগৈ প্ৰকাশনঃ বি আৰ প্ৰকাশন প্ৰথম প্ৰকাশঃ ২০১৭ মুঠ পৃষ্ঠাঃ ২০৮ মূল্যঃ ২০০ টকা প্ৰৱন্ধ লিখোতাৰ দৃষ্টিত ৰেটিংঃ ৪/৫ নৱপ্ৰজন্মৰ এগৰাকী প্ৰভাৱশালী লেখিকা ববিতা বড়া গগৈৰদ্বাৰা ৰচিত “মহাভাৰতী” এনে এখন উপন্যাস য’ত তেওঁ দাঙি ধৰিছে মহাভাৰতৰ এটি মুখ্য নাৰী চৰিত্ৰ, দ্ৰৌপদীৰ অন্তৰত পুঞ্জীভূত হৈ […]

শিতানসমূহ
উপন্যাস কিতাপ

ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ

✍️অনামিকা বড়া ৰচনাকাল-৩০ ছেপ্টেম্বৰ, ২০২০ গ্ৰন্থৰ নামঃ ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ লেখকঃ নিৰুপমা বৰগোহাঞি প্ৰকাশনঃ বনলতা প্ৰথম প্ৰকাশঃ ১৯৭৯ (বনলতা সংস্কৰণ ২০১২) মূল্যঃ ৭০ টকা মুঠ পৃষ্ঠাঃ ১৫৪ প্ৰবন্ধ লিখোতাৰ দৃষ্টিত ৰেটিং – ৪/৫ ১৯৭৫ চনত লিখি উলিওৱা উপন্যাসখনি ‘ফ্ৰেণ্ডছ বুক এজেঞ্চি’য়ে ডাঙৰ উপন্যাস বুলি দোহাই দি প্ৰকাশ কৰিবলৈ অসমৰ্থ বুলি ১৯৭৮ চনত লেখিকা নিৰুপমা […]

শিতানসমূহ
উপন্যাস কল্পবিজ্ঞান কিতাপ বিজ্ঞান বিষয়ক

কল্পনা আৰু বাস্তৱৰ আশ্চৰ্যজনক সমাহাৰেৰে কল্পবিজ্ঞানভিত্তিক গ্ৰন্থ~কায়কল্প

✍️অনামিকা বড়া ৰচনাকাল- মাৰ্চ, ২০২০ গ্ৰন্থৰ নামঃ কায়কল্প লেখকঃ লক্ষ্মীনন্দন বৰা প্ৰকাশনঃ জ্যোতি প্ৰকাশন প্ৰথম প্ৰকাশঃ ডিচেম্বৰ, ২০০২ মূল্যঃ ১৩০ টকা মুঠ পৃষ্ঠাঃ ২১৬ প্ৰবন্ধ লিখোতাৰ দৃষ্টিত ৰেটিং – ৪/৫ মনুস্যৰ অনুসন্ধিৎসু মনৰ সীমনা যেনেকৈ নিৰ্ধাৰণ কৰিব নোৱাৰি, তেনেকৈ নৱ সৃষ্টিৰ স্পৃহাৰো নাথাকে কোনো পৰিসীমা। কল্পনাপ্ৰিয় মানুহৰ তেনে স্পৃহা কিছুমান প্ৰতিফলিত কৰিয়েই সাহিত্যজগতত সৃষ্টি হৈ […]

শিতানসমূহ
উপন্যাস কিতাপ

“নামত মাজুলী কহয় সৱে”

✍️ ববিতা বড়া, অম্বিকাগিৰি নগৰ ৰচনা কাল-১৯ মে’, ২০২০ গ্ৰন্থৰ নামঃ নামত মাজুলী কহয় সৱে লেখকঃ জয়ন্ত মাধৱ বৰা প্ৰকাশনঃ জ্যোতি প্ৰকাশন প্ৰথম প্ৰকাশঃ ছেপ্টেম্বৰ, ২০১৬ মুঠ পৃষ্ঠাঃ ৩৪৪ মূল্যঃ ২৫০ টকা প্ৰবন্ধ লিখোতাৰ দৃষ্টিত ৰেটিংঃ ৫/৫ লক ডাউনৰ সময়ত এখন সুন্দৰ উপন্যাস পঢ়াৰ সৌভাগ্য ঘটিল। উপন্যাসখন হ’ল সু সাহিত্যিক জয়ন্ত মাধৱ বৰা দেৱৰ নামত […]

শিতানসমূহ
উপন্যাস কিতাপ

এজন সাধাৰণ পাঠকৰ দৃষ্টিৰে শৰ্মিষ্ঠা প্ৰীতমৰ উপন্যাস ‘পৰাণ নিগৰে’

✍ঈশান জ্যোতি বৰা ৰচনাকাল – নৱেম্বৰ, ২০১৯ গ্ৰন্থৰ নামঃ পৰাণ নিগৰে লেখকঃ শৰ্মিষ্ঠা প্ৰীতম প্ৰকাশনঃ বনফুল প্ৰথম প্ৰকাশঃ নৱেম্বৰ, ২০১৯ মূল্যঃ ২২৫ টকা মুঠ পৃষ্ঠাঃ ২১৬ পোহৰসম গতিৰে ৰূপান্তৰ ঘটি থকা আমাৰ চৌপাশৰ পৃথিৱীখনে যান্ত্ৰিকতা আৰু আধুনিকতাৰ কিছুমান অবাঞ্ছনীয় তৰপৰ বোজা বৰ দুখজনকভাৱে কঢ়িয়াবলগীয়া হৈছে; বোধহয় সেই পৰিৱৰ্তনৰ ক্ষমাহীন প্ৰভাৱে পৃথিৱীখনত বসবাস কৰি থকা প্ৰকৃতি […]